আগকথা

অসমীয়া সাহিত্যপ্ৰেমী ৰাইজ, নমস্কাৰ লব। অসমীয়াগল্প ব্লগস্পত ডট কমত অসমীয়া গল্প, কবিতা, প্ৰৱন্ধৰ পঢ়াৰ উপৰিও অসমৰ সাধাৰণ জ্ঞানৰ বিষয়েও জনাৰ সুবিধা পাব। ইয়াত প্ৰকাশৰ বাবে আপোনাৰ নিজে লিখা গল্পটো আৰু কবিতাটো পঠাব পাৰে মনত ৰাখিব আপোনি পঠাৱাৰ গল্পটো বা কবিতাটো আগতে কতো প্ৰকাশ হব নালাগিব। ইয়াত প্ৰকাশ হোৱা গল্প আৰু কবিতা কোনোৱে বিনা অনুমতিত অন্য ঠাইত বা আলোচনীত প্ৰকাশৰ বাবে নিব নোৱাৰিব। শেষত আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকৰ মৰমে যাতে এই ব্লগতো অধিক জনপ্ৰিয় দিশলৈ লৈ যায় তাৰ কামনাৰে।

আজিৰ দিনটো


জানুৱাৰী ১   নৱবর্ষ
জানুৱাৰী ১০  বিশ্ব হাহিঁৰ দিৱস
জানুৱাৰী ১২  ৰাষ্ট্ৰীয় যুৱ দিৱস
জানুৱাৰী ১৫  আর্মি দিৱস
জানুৱাৰী ২৬  গণতন্ত্ৰ দিৱস। বিশ্ব সাংস্কৃতিক দিৱস।
ফেব্ৰুৱাৰী ২৪ কেন্দ্ৰিয় ৰাজহ দিৱস।
ফেব্ৰুৱাৰী ২৮ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।
মার্চ ৮         আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।
মার্চ ১৫        বিশ্ব গ্ৰাহক অধিকাৰ দিৱস।
মার্চ ২১        বিশ্ব অৰণ্য হিৱস।
মার্চ ২২        বিশ্ব পানীয় দিৱস।
মার্চ ২৩       বিশ্ব বতৰ বিজ্ঞান দিৱস।
মার্চ ২৪        বিশ্ব টি.বি. দিৱস।
এপ্ৰিল ১       বিশ্ব মুর্খ সজোৱা দিন।
এপ্ৰিল ৭      বিশ্ব স্বাস্থ্য দিৱস।
এপ্ৰিল ১৮     বিশ্ব ঐতিহ্য দিৱস।
এপ্ৰিল ৫       ৰাষ্ট্ৰীয় সাগৰীয় দিৱস।
এপ্ৰিল ২২     বিশ্ব দিৱস।
মে ১           শ্ৰমিক দিৱস।
মে ৩          বিশ্ব বাতৰি কাকত স্বাধীনতা দিৱস।
মে ১১         ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস।
মে ১৫         বিশ্ব পৰিয়াল দিৱস।
মে ২৪         বিশ্ব কমনৱেলথ্ দিৱস।
মে ৩১         বিশ্ব ধপাত বিৰোধী দিৱস।
জুন ৫         বিশ্ব পৰিৱেশ দিৱস।
জুন ৩য় দেওবাৰ      ফাদাৰচ্ ডে।
জুলাই ১       বিশ্ব কৌতুক দিৱস।
জুলাই ১১     বিশ্ব জনসংখ্যা দিৱস।
আগষ্ট ১ম দেওবাৰ বন্ধুত্ব দিন।
আগষ্ট ৬       হিৰোছিমা দিৱস।
আগষ্ট ৯       শান্ত ভাৰত দিৱস, নাগাছিকা দিৱস।
আগষ্ট ১৫     স্বাধীনতা দিৱস।
আগষ্ট ২৯     ৰাষ্ট্ৰীয় ক্ৰিয়া দিৱস।
ছেপ্তেম্বৰ ৫    শিক্ষক দিৱস। সংস্কৃত দিৱস।
ছেপ্তেম্বৰ ৮    বিশ্ব শিক্ষিত দিৱস।
ছেপ্তেম্বৰ ১৬   বিশ্ব অজন স্তৰ সুৰক্ষা দিৱস।
ছেপ্তেম্বৰ ২৭   বিশ্ব পয্যতন দিৱস।
অক্টোবৰ ৪    জন্তু কল্যান দিৱস।
অক্টোবৰ ১৬   বিশ্ব খাদ্য দিৱস।
অক্টোবৰ ৮    ভাৰতীয় বায়ুসেনা দিৱস।
অক্টোবৰ ১০   ৰাষ্ট্ৰীয় ডাকসেৱা দিৱস।
অক্টোবৰ ৩০  বিশ্ব চোৰ দিৱস।
নৱেম্বৰ ১৪    শিশু দিৱস।
ডিচেম্বৰ ১      বিশ্ব এইডচ্ দিৱস।
ডিচেম্বৰ ২      অসম দিৱস

ডিচেম্বৰ ২     অসম দিৱস।
ডিচেম্বৰ ৪     বিশ্ব প্ৰতিৱন্ধী দিৱস।
ডিচেম্বৰ ২৩   কিসান দিৱস।
ডিচেম্বৰ ২৫   বৰদিন।

No comments:

Post a Comment