আগকথা

অসমীয়া সাহিত্যপ্ৰেমী ৰাইজ, নমস্কাৰ লব। অসমীয়াগল্প ব্লগস্পত ডট কমত অসমীয়া গল্প, কবিতা, প্ৰৱন্ধৰ পঢ়াৰ উপৰিও অসমৰ সাধাৰণ জ্ঞানৰ বিষয়েও জনাৰ সুবিধা পাব। ইয়াত প্ৰকাশৰ বাবে আপোনাৰ নিজে লিখা গল্পটো আৰু কবিতাটো পঠাব পাৰে মনত ৰাখিব আপোনি পঠাৱাৰ গল্পটো বা কবিতাটো আগতে কতো প্ৰকাশ হব নালাগিব। ইয়াত প্ৰকাশ হোৱা গল্প আৰু কবিতা কোনোৱে বিনা অনুমতিত অন্য ঠাইত বা আলোচনীত প্ৰকাশৰ বাবে নিব নোৱাৰিব। শেষত আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকৰ মৰমে যাতে এই ব্লগতো অধিক জনপ্ৰিয় দিশলৈ লৈ যায় তাৰ কামনাৰে।

Wednesday 4 April 2012

অসম ২০১২

 
মুঠ জনসংখ্যা-                                 ৩,১১,৬৯,২৭২
পুৰুষ-                                         ১,৫৯,৫৪,৯২৭
মহিলা-                                        ১,৫২,১৪,৩৪৫
পুৰুষৰ শতকৰা হাৰ-                         ৫২%
মহিলাৰ শতকৰা হাৰ-                         ৪৮%
জলসংখ্যা ঘনত্ব(বর্গ কিমি)-                  ৩৯৭
প্ৰতিহাজাৰ পুৰুষত মহিলা-                  ৯৫৪
শিক্ষিতৰ শতকৰা হাৰ-                       ৭৩.১৮%
শিক্ষিত পুৰুষৰ শতকৰা হাৰ-                ৭৮.৮১%
শিক্ষিত মহিলা শতকৰা হাৰ-                 ৬৭.২৭%
মোবাইল/ টেলিফোন ব্যৱহাৰ কৰে-         ৪৭.৯%
ৰেডিঅ ব্যৱহাৰ কৰা লোকৰ সংখ্যা-         ২২.১%
দূৰদশর্ন ব্যৱহাৰ কৰা লোকৰ সংখ্যা-         ২৭.৫%
চাইকেল ব্যৱহাৰ কৰা লোকৰ সংখ্যা-       ৫৫%
মটৰ বাইক ব্যৱহাৰ কৰা লোকৰ সংখ্যা-    ১০.২%
চাৰিচকীয়া বাহন ব্যৱহাৰ কৰা লোক-       ৩.৮%
অন্যান্য বিনোদন সামগ্ৰী-                    ২৩.৬%
কেৰাচিন ব্যৱহাৰ কৰে-                      ৬১.৮%
বিজুলি বাতিৰ পোহৰ উপলব্ধ-               ২৮.৪%
উন্নত ঘৰৰ শতকৰা হাৰ-                    ৩২.৮%
মাত্ৰ বাসোপযোগী ঘৰৰ শতকৰা হাৰ-       ৫৬.৪%
অবাসোপযোগী ঘৰৰ শতকৰা হাৰ-          ১০.৯%
বাহঁৰ বেৰ থকা ঘৰৰ শতকৰা হাৰ-          ৬৬%
পকী ঘৰৰ শতকৰা হাৰ-                     ২০.৭%
টেপৰ পানী ব্যৱহাৰ কৰা লোকৰ সংখ্যা-    ১০.৫%
নৈ-নিজৰা পানী সোৱন কৰা লোকৰ সংখ্যা- ৩.৪%
দমকল ব্যৱহাৰ কৰা লোকৰ সংখ্যা-         ৫০.২%
বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰে-       ৬৪.৯%
শৌচাগাৰ নথকা লোকৰ সংখ্যা-             ৩৫.১%
                                                           আৰু আছে...

No comments:

Post a Comment