বমর্ন বংশ
১। পুষ্য বমর্ন ৩৫৫-৩৮০
খ্ৰীষ্টাব্দ
২। সমুদ্ৰ বমর্ন ৩৮০-৪০৫ ,,
৩। বল বমর্ন ৪০৫-৪২০ ,,
৪। কল্যান বমর্ন ৪২০-৪৪০ ,,
৫। গণপতি বমর্ন ৪৪০-৪৫০ ,,
৬। মহেন্দ্ৰ বমর্ন ৪৫০-৪৮৫ ,,
৭। নাৰায়ণ বমর্ন ৪৮৫-৫১০ ,,
৮। মহাভূত বমর্ন ৫১০-৫৫৫ ,,
৯। চন্দ্ৰমুখ বমর্ন ৫৫৫-৫৬৫ ,,
১০। স্থিত বমর্ন ৫৬৫-৫৮৫ ,,
১১। সুস্থিত বমর্ন ৫৮৫-৫৯৩ ,,
১২। সুপ্ৰতিস্থ বমর্ন ৫৯৩-৫৯৪ ,,
১৩। ভাস্কৰ বমর্ন ৫৯৪-৬৫০ ,,
শালস্তম্ভ বংশ
১। শালস্তম্ভ ৬৫০-৬৭৫ খ্ৰীষ্টাব্দ
২। বিজন ৬৭৫-৭২৫ ,,
৩। পালক ৬৭৫-৭২৫ ,,
৪। কুমাৰ বিৱৰণ অজ্ঞাত
৫।বজ্ৰদেৱ ,,
৬। শ্ৰীহর্ষ ৭২৫-৭৫০ খীষ্টাব্দ
৭। বল বমর্ন ৭৬০-৭৬৫ ,,
৮। নাম অজ্ঞাত ৭৬৫-৭৯০ ,,
৯। ,, বিৱৰণ
অজ্ঞাত
১০। চক্ৰ ,,
১১। আৰধি ,,
১২। সালম্ভ ৭৯০-৮১০ খীষ্টাব্দ
১৩। আৰথি ৮১০-৮১৫ ,,
১৪। হজৰ বমর্ন ৮১৫-৮৩৫ ,,
১৫। বনমাল বমর্ন ৮৩৫-৮৬৫ ,,
১৬। জয়মালা বমর্ন ৮৬৫-৮৮৫ ,,
১৭। বল বমর্ন ৮৮৫-৯১০ ,,
১৮। নাম অজ্ঞাত ৯১০-৯৭০ ,,
১৯। ,, বিৱৰণ
অজ্ঞাত
২৯। ,, ,,
২১। ত্যাগ সিংহ ৯৭০—৯৭০ খীষ্টাব্দ
পাল বংশ
১। বক্ষ্মপাল ৯৯০-১০১০ খীষ্টাব্দ
২। ৰত্ন পাল ১০১০-১০৪০ ,,
৩। পুৰন্দৰ পাল ৰাজত্ব কৰা নাই
৪। ইন্দ্ৰ পাল ১০৪০-১০৬৫ খীষ্টাব্দ
৫। গোপাল ১০৬৫-১০৮০ ,,
৬। হষর্পাল ১০৮০-১০৯৫ ,,
৭। ধমর্পাল ১০৯৫-১১২০ ,,
৮। জয়পাল ১১২০-১১৩৮ ,,
আহোমৰ ৰাজত্বকাল
১। চুকাফা ১২২৮-১২৬৮ খীষ্টাব্দ
২। চুচেওফা ১২৬৮-১২৮১ ,,
৩। চুবিনফা ১২৮১-১২৯৩ ,,
৪। চুখাংফা ১২৯৩-১৩৩২ ,,
৫। চুখ্ৰাংফা -১৩৬৪ ,,
৬। চুতুফা ১৩৬৪-১৩৭৬ ,,
মন্ত্ৰীৰ
শাসন ১৩৭৬-১৩৮০ ,,
৭। ত্যাখামতি ১৩৮০-১৩৮৯ ,,
৮। চুদাংফা ১৩৯৭-১৪০৭ ,,
৯। চুজাংফা ১৪০৭-১৪২২ ,,
১০। চুফাকফা ১৪২২-১৪৩৯ ,,
১১। চুচেনফা ১৪৩৯-১৪৮৮ ,,
১২। চুহেনফা ১৪৮৮-১৪৯৩ ,,
১৩। চুপিমফা ১৪৯৩-১৪৯৭ ,,
১৪। চুহুমুং (দিহিঙ্গীয়া ৰজা) ১৪৯৭-১৫৩৯ ,,
১৫। চুক্লেমুং (গড়গঞা ৰজা) ১৫৩৯-১৫৫২ ,,
১৬। চুখামফা (খোৰা ৰজা) ১৫৫২-১৬০৩ ,,
১৭। চুচেংফা (বুঢ়া ৰজা) ১৬০৩-১৬৪১ ,,
১৮। চুৰামফা (ভগা ৰজা) ১৬৪১-১৬৪৪
১৯। চুতিনফা (নৰিয়া ৰজা) ১৬৪৪-১৬৪৮ ,,
২০। চুৰামলা (জয়ধ্বজ সিংহ) ১৬৪৮- ১৬৬৩ ,,
২১। চুপুমুং ( চক্ৰধ্বজ সিংহ) ১৬৬৩-১৬৭০ ,,
২২। চুতিনফা (উদয়াদিত্য সিংহ) ১৬৭০-১৬৭৩
,,
২৩। চুক্লাংফা (ৰামধ্বজ সিংহ) ১৬৭৩-১৬৭৫
,,
২৪। চুহং ১৬৭৫
(ডেৰমাহ মাত্ৰ)
২৫। গোবৰ ৰজা ১৬৭৫
(বিশ দিন মাত্ৰ)
২৬। চুজিনফা ১৬৭৫-১৬৭৭
খীষ্টাব্দ
২৭। চুডৈফা (পবর্তীয়া ৰজা) ১৬৭৭-১৬৭৯ ,,
২৮। চুলিকফা (লৰা ৰজা) ১৬৭৯-১৬৮১ ,,
২৯। চুপাতফা (গদাধৰ সিংহ) ১৬৮১-১৬৯৬ ,,
৩০। চুক্ৰামফা (ৰুদ্ৰসিংহ) ১৬৯৬-১৭১৪ ,,
৩১। চুতানফা (শিৱসিংহ) ১৭১৪-১৭৪৪ ,,
৩২। চুচেনফা (প্ৰমত্ত সিংহ) ১৭৪৪-১৭৫১ ,,
৩৩। চুচেনফা (ৰাজেশ্বৰ সিংহ) ১৭৫১-১৭৬৯ ,,
৩৪। চুন্যেউফা (লঙী সিংহ) ১৭৬৯-১৭৮০ ,,
৩৫। চুহিংপংফা (গৌৰীনাথ সিংহ) ১৭৮০-১৭৯৫
,,
৩৬। চুক্লিংফা (কমলেশ্বৰ সিংহ) ১৭৯৫-১৮১১
,,
৩৭। চুডাংফা (চন্দ্ৰকান্ত সিংহ) ১৮১১-১৮১৮ ,,
৩৮। পুৰন্দৰ সিংহ ১৮১৮-১৮১৯ ,,
৩৯। চন্দ্ৰকান্ত সিংহ ১৮১৯-১৮২১
,,
৪০। যোগেশ্বৰ সিংহ ১৮২১-১৮২৪ ,,
No comments:
Post a Comment