আগকথা

অসমীয়া সাহিত্যপ্ৰেমী ৰাইজ, নমস্কাৰ লব। অসমীয়াগল্প ব্লগস্পত ডট কমত অসমীয়া গল্প, কবিতা, প্ৰৱন্ধৰ পঢ়াৰ উপৰিও অসমৰ সাধাৰণ জ্ঞানৰ বিষয়েও জনাৰ সুবিধা পাব। ইয়াত প্ৰকাশৰ বাবে আপোনাৰ নিজে লিখা গল্পটো আৰু কবিতাটো পঠাব পাৰে মনত ৰাখিব আপোনি পঠাৱাৰ গল্পটো বা কবিতাটো আগতে কতো প্ৰকাশ হব নালাগিব। ইয়াত প্ৰকাশ হোৱা গল্প আৰু কবিতা কোনোৱে বিনা অনুমতিত অন্য ঠাইত বা আলোচনীত প্ৰকাশৰ বাবে নিব নোৱাৰিব। শেষত আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকৰ মৰমে যাতে এই ব্লগতো অধিক জনপ্ৰিয় দিশলৈ লৈ যায় তাৰ কামনাৰে।

Wednesday 4 April 2012

অসম সাহিত্য সভাৰ অধিৱেশনৰ চন, স্থান আৰু সভাপতিসকল


১৯১৭ শিৱসাগৰ      পদ্মনাথ গেহাঁঞি বৰুৱা
১৯১৮ গোৱালপাৰা   চন্দ্ৰধৰ বৰুৱা
১৯১৯ বৰপেটা          কালিৰাম মেধি
১৯২০ তেজপুৰ       হেমচন্দ্ৰ গোস্বামী
১০২২ যোৰহাট       অমৃতভূষণ দেৱ অধিকাৰী
১৯২৩ ডিব্ৰুগড়       কনকলাল বৰুৱা
১৯২৪ গুৱাহাটী        লক্ষ্মীনাথ বেজবৰুৱা
১৯২৫ নগাঁও          ৰজনীকান্ত বৰদলৈ
১৯২৬ ধুবুৰী           বেণুধৰ ৰাজখোৱা
১৯২৭ গোৱালপাৰা   তৰুণৰাম ফুকন
১৯২৮ যোৰহাট       কমলাকান্ত ভটার্চায্য
১৯২৯ গোলাঘাট      মফিজুদ্দিন আহম্মদ হাজৰীকা
১৯৩১ শিৱসাগৰ      নগেন্দ্ৰ নাৰায়ণ চৌধুৰী
১৯৩৩ উঃ লক্ষীমপুৰ জ্ঞানদাভীৰাম বৰুৱা
১৯৩৪ মঙলদৈ         আনন্দ চন্দ্ৰ আগৰৱালা
১৯৩৬ তেজপুৰ       ৰঘুনাথ চৌধৰী
১৯৩৭ গুৱাহাটী       কৃষ্ণকান্ত সন্দিকৈ
১৯৪০ যোৰহাট       ময়িদুল ইচলাম বৰুৱা
১৯৪৪ শিৱসাগৰ      নীলমনি ফুকন
১৯৪৭ ডিব্ৰুগড়       নীলমনি ফুকন
১৯৫০ মাঘেৰিটা       অম্বিকাগিৰি ৰায় চৌধাৰী
১৯৫৩ শ্বিলং          সূয্যকুমাৰ ভূঞা
১৯৫৪ যোৰহাট        নলিনীবালা দেৱী
১৯৫৫ গুৱাহাটী        যতীন্দ্ৰনাথ দুৱৰা
১৯৫৬ ধুবুৰী           বেণুধৰ শর্মা
১৯৫৮ তিনিচুকীয়া    পদ্মধৰ চলিহা
১৯৫৯ নগাঁও          অতুলচন্দ্ৰ হাজৰিকা
১৯৬০ পলাশবাৰী     ত্ৰৈলোক্য নাথ গোস্বামী
১৯৬৩ নাজিৰা         ৰত্নকান্ত বৰকাকতী
১৯৬৪ ডিগবৈ         মিত্ৰদেৱ মহন্ত
১৯৬৫ নলবাৰী        ডিম্বেশ্বৰ নেওগ
১৯৬৬ উঃ লক্ষীমপুৰ  বিনন্দ চন্দ্ৰ বৰুৱা
১৯৬৭ ডিব্ৰুগড়       নকুল চন্দ্ৰ ভূঞা
১৯৬৮ তেজপুৰ       জ্ঞাননাথ বৰা
১৯৬৯ বৰপেটা        আনন্দ চন্দ্ৰ বৰুৱা
১৯৭০ ধিং             উপেন্দ্ৰ চন্দ্ৰ লেখাৰু
১৯৭১ মাকুম          তীথর্নাথ শর্মা
১৯৭২ ধুবুৰী           হেম বৰুৱা
১৯৭৩ ৰঙিয়া         গিৰিধৰ শর্মা
১৯৭৪ মঙলদৈ        ড. মহেশ্বৰ নেওগ
১৯৭৫ তিতাবৰ       ড. সত্যনাথ শর্মা
১৯৭৬ টিহু            যজ্ঞেশ্বৰ শর্মা
১৯৭৭ অভয়াপুৰী     চৈয়দ আব্দুল মালিক
১৯৭৮ গোলাঘাট      প্ৰসন্নলাল চৌধাৰী
১৯৭৯ শুৱালকুছি     অতুলচন্দ্ৰ বৰুৱা
১৯৮০ ৰহা            যতীন্দ্ৰনাথ গোস্বামী
১৯৮১ তিনিচুকীয়া    সীতানাথ ব্ৰক্ষ্মচৌধাৰী
১৯৮২ ডিফু           সীতানাথ ব্ৰক্ষ্মচৌধাৰী
১৯৮৩ বঙাইগাওঁ     ড. বীৰেন্দ্ৰনাথ গোস্বামী
১৯৮৫ বিহপুৰীয়া      যোগেশ দাস
১৯৮৬ কামপুৰ        বীৰেণ বৰকটকী
১৯৮৭ পাঠশালা       ড. মহেন্দ্ৰ বৰা
১৯৮৮ হাইলাকান্দি   কীর্তিনাথ হাজৰিকা
১৯৮৯ ডুমডুমা        মহিম বৰা
১৯৯০ বিশ্বনাথ চাৰিআলি নৱকান্ত বৰুৱা
১৯৯১ দুধনৈ          ড. নিমর্লপ্ৰভা বৰদলৈ
১৯৯২ গোৰেশ্বৰ       লক্ষ্যধৰ চৌধাৰী
১৯৯৩ শিৱসাগৰ      ড. বূপেন হাজৰিকা
১৯৯৪ মৰিগাঁও        ড. লীলা গগৈ
১৯৯৫ সাথেবাৰী      হিতেশ ডেকা
১৯৯৬ বোকাখাত     ড. লক্ষীনন্দন বৰা
১৯৯৭ বিলাসীপাৰা    ড. নগেন শইকীয়া
১৯৯৮ হাওৰাঘাট      ড. নগেন শইকীয়া
১৯৯৯ হাজো          ড. চন্দ্ৰপ্ৰসাদ শইকীয়া
২০০১ চিব্ৰুগড়       হোমেন বৰগোহাঁঞি
২০০৩ লখিমপুৰ      বীৰেন্দ্ৰনাথ দত্ত
২০০৫ ছিপাঝাৰ       কনকসেন ডেকা
২০০৭ চাপৰ          কনকসেন ডেকা
২০০৯ ধেমাজি        ৰংবং টেৰাং
২০১১ দেৰগাঁও       ৰংবং টেৰাং

No comments:

Post a Comment